Gal Pa

  • November 2019
  • PDF

This document was uploaded by user and they confirmed that they have the permission to share it. If you are author or own the copyright of this book, please report to us by using this DMCA report form. Report DMCA


Overview

Download & View Gal Pa as PDF for free.

More details

  • Words: 1,257
  • Pages: 4


িডিঙ কটা ভড়াৰ নাও ----- কমল কুমাৰ তঁাতী দাপালিপটা বৰষুণৰ লেগ লেগ দােকালটকা বানপানী ; সই েকাপত নদীৰ পাৰ/ মথাউৰী িছেগা-িছেগা ; ভৰসা নাই ভৰা নৰ পানীৰ | ঘাটেটা িনমাওমাও, জলম , বািলময় | এইেটা ঘাটৰ নাৱৰীয়া আিছল সাতজন | চািৰজন মিৰল সা দািয়ক সংঘষত, জন পলাল, এজন িনেখঁাজ | ঘটনােটা ঘিটিছল পুৱিত িনশা | সইৰািতৰপৰা আিজ িতিনিদন | মানুেহ কয়, সই আগৰ ঘাট আ নাই | আকাশখন গামা, ডাৱৰীয়া | কাউৰীৰ পািখৰ ঢপ-ঢপিন আ বতাহৰ সঁা- সঁাৱিনেয় সঁাৱৰাই িদেয়, পৃিথৱীখন এিতয়াও জীয়াই আেছ | মানুেহ কয়, সই আগৰ িদন আ নাই | এস াহেযাৰা ধাৰাসাৰ বৰষুণত নৰ জলপৃ বািঢ়েছ | বািল-চাপিৰেবাৰ আ নাই, তাত থকা ঘৰেবােৰা, চাপিৰৰ পথাৰত ধানৰ এডাল সঁেচা নাই | মানুেহ কয়, সই আগৰ পথাৰ আ নাই | বৰষুণ আৰ হাৱাৰ চািৰিদনৰ িপছেত পুৱিতিনশা সই ঘটনা; মাজৰািতৈল চি শটা ঘৰ িলল, ভৰঁালেবােৰা | পাৰা মঙহ আ িল যাৱা ধানৰ গা ত উশাহ ল’ব নাৱািৰ কইবাটাও মানুহৰ তজহাগিন আ বিম হ’বৈল ধিৰিছল | মানুহেবােৰ এইকথা ভািব উিলয়াব পৰা নািছল য কৃিতেয় মানুহৰ ওপৰত িতেশাধ লেছ ন মানুেহ কৃিতৰ ওপৰত ! থমেত মানুহেবােৰ ঘটনােটাৰ উৱািদহ পাৱা নািছল আ যিতয়াৈল মানুেহ গম পাইিছল, আচলেত ঘটনােটা িক, তিতয়াৈল সকেলা শষ হ গিছল | এজাক মানুহ ভয়ত িবতত হ ইফালৰপৰা িসফালৈল দৗিৰবৈল আৰ কিৰিছল, আন এজাক মানুেহ আতংকত িচঞিৰবৈল ধিৰিছল, স স ল’ৰা- ছাৱালীেবােৰ ভয়ত িববুিধ হ িচঞৰ-বাখৰ কিৰ দৗিৰ ফুিৰবৈল ধিৰিছল | এক ভয়ানক আতংকত যন মানুহেবাৰ মুক হ পিৰিছল | কঁচা তজৰ গা ই মতলীয়া কিৰিছল আন এজাক মানুহক | মানুহেবােৰ নাওেবাৰ নৰ পাৰৈল চপাই আিনিছল | নৰ ঘাটেটা মাৎ পিৰণত হিছল কঁচা তজৰ ঘাটৈল | কঁচা, গৰম তজেবাৰ মািট আ ঘঁাহেবাৰত িবয়িপ পিৰিছল; তেজেৰ সেমকা মািটত মানুহেবােৰ খাজ পলাই অনুভৱ কিৰিছল জীয়াই থকাৰ আ নথকাৰ য ণা | বতাহত যিতয়া কৱল তজৰ গা ওপিঙ থােক, মানুহ িবেমাৰত পেৰ, িক কৰা উিচত বা | ইজেন

1

িসজনক সােধ, এই ঘটনােবাৰৰ অথ িক অথবা এেন সময়ত িক কৰা উিচত | িবপাঙত পৰা মানুহেবােৰ তওঁেলাকৰ দলৰ নতাসকলৰ মুখৈল চায় | িবেমাৰত পৰা নতাসকেল এসময়ত িঠক কেৰ, িক কিৰেল তওঁেলাকৰ আ তওঁেলাকৰ দলৰ জনি য়তা অ ু থািকব | িক বতাহত যিতয়া মানুহৰ তজৰ গা িবয়িপ পেৰ, তিতয়া মানুেহ িক কেৰ ? ভয়ত ইজেন িসজনৰ মুখৈল চায়, আতংকত দৗিৰবৈল আৰ কেৰ, এক ভয়ানক আতংকত যন মানুহেবাৰ মুক হ পেৰ | মৰণৰ ভয়, মৃতু ৰ আতংকত মানুহ মৃত ায় হ উেঠ | কােনা মানুেহই মৃতু ক ভয় নকৰাৈক থািকব নাৱােৰ ; মৃতু ৰ স ুখত মানুহ অসহায় | সেয় বৰষুণৰ মাজেত এসময়ত ভয়াতুৰ মানুহেবােৰ, আচলেত ঘটনােটা িক হিছল, সয়া জািনবৈল নৰ ঘাট পােলিহ | িবেমাৰ, অসহায়, ভয়াতুৰ মানুহেবােৰ ইজেন িসজনৰ সেত কথা পািতবৈল আৰ কিৰেল, জািনবৈল চ া কিৰেল, কৃতেত ঘটনােটা িক | ই এজেন তওঁেলাকৰ িনজা িনজা ভাষােৰ ঘটনােটা বণনা কিৰবৈল ধিৰেল, যিদও সকেলােৱ জািনিছল য এই বণ নােবাৰ স ূণ নহয় | গিতেক ঘটনােটাৰ পুন: পুন: বণ না হ’বৈল ধিৰেল, েত কেটা বণ নাৰ লেগ লেগ ঘটনােটা যথাস ৱ সলিন হ’বৈল ধিৰেল আ সময়ৰ লেগ লেগ ঘটনােটাৰ কৃত প কানেটা, সয়া লও তক হ’বৈল ধিৰেল | নৰ পাৰত গাটেখাৱা মানুহেবাৰ িবেমাৰত পিৰল | িক কৰা যায় এিতয়া ? ঘটনােটা আচলেত িক বা ? কােন ক’ব পােৰ আচলেত ঘটনােটা িক ? এইকথা ভািব ভািব মানুহেবাৰ িবপাঙত পিৰল | িক কৰা যায় এিতয়া ? ঘটনােটা আচলেত িক বা ? কােন ক’ব পােৰ আচলেত ঘটনােটা িক ? এসময়ত িবপাঙত পৰা মানুহেবােৰ িথৰাং কিৰেল য, এজন গ কাৰেক মািত অনা হওক | তেৱঁই কওক আচলেত ঘটনােটা িক ; কেনৈক ঘটনােটা ঘিটিছল বা ঘটােটা স ৱপৰ | গ কাৰ ই আিছল | গ কােৰ জােন য ই থকা গ কােৰ হঁাহ ধিৰব নাৱািৰেলও, গ ৰ িবষেয় সেপান দিখব পােৰ আ সই সেপানেবাৰেক গ ৰ পত িলিখ পাঠকৰপৰা শংসা আদায় কিৰব পােৰ | গিতেক গ কােৰ বিছ িচ া নকিৰেল আ সানকােলই ঘটনা লী পােলিহ | গ কাৰক কাৱা হ’ল য তওঁ িকছুসময় ভবা-িচ া কৰক, িবে ষণ কৰক, তাৰিপছত কওক, আচলেত ঘটনােটা িক | গ কােৰও ভবা-িচ া কিৰবৈল আৰ কিৰ িদেল | মানুহেবাৰৰ সেত ঘটনােটা স কত পুংখানুপুংখ আেলাচনাও কিৰেল ; ঘটনােটাৰ িবষেয় উপি ত মানুহেবাৰৰ সকেলােবাৰ বণনাও িনেল | এসময়ত সকেলা নীৰৱ হ পিৰল | মানুহেবােৰ ইজেন িসজনৰ মুখৈল চাবৈল ধিৰেল | গ কােৰও মুক দৃি েৰ মানুহেবাৰৰ িপেন চাবৈল ধিৰেল | মানুহেবাৰ এসময়ত িবৰ হ’বৈল 2

ধিৰেল আ ইফােল িসফােল ঘূিৰ ফুিৰবৈল আৰ কিৰেল | গ কােৰ ভািবেল, িক কৰা যায় এিতয়া ? এসময়ত গ কােৰ কিবতাও িলিখিছল | িক যাৱা ব বছৰ ধিৰ তওঁ কিবতা িলখা নাই বা িলিখব পৰা নাই | তওঁ মােজ মােজ ভােব, তওঁৰ সৃজনী- মতা এেকবােৰ নােহাৱা হ গ’ল নিক বা ? িনজৰ ওপৰেত তওঁৰ পুেতৗ ওপেজ | তওঁৰ প ীেয় ােয়ই অিভেযাগ কেৰ, তওঁ কােনা কামেৰ লায়ক নহ’ল | গ কােৰ ভািবেল, িক কৰা যায় এিতয়া ? হঠাৎ তওঁৰ মনৰ িভতৰত উ ল-ঠু ল আৰ হ’ল | গ কাৰ অি ৰ হ উিঠল | গােটই ঘটনােটা সামিৰ এটা কিবতা িলিখেল কেন হয় !!! হঠােত গ কাৰ ূি ত উৎফু হ উিঠল | হয়, তওঁ পািৰব | তওঁ পািৰব এটা কিবতা িলিখব | তওঁ অনুভৱ কিৰেল, তওঁৰ সৃজনী- মতা এেকবােৰ হৰাই যাৱা নাই | তওঁ আন ত অধীৰ হ উিঠল | ইিতমেধ কিবতােটাৰ থমেটা শাৰী তওঁৰ মনৈল আিহেলই …………কাগজ ক’ত ? কলম ক’ত ? তওঁ মুেখেৰ িবৰিবৰাবৈল ধিৰেল…………কাগজ … কলম …… তৎ ণাত গ কাৰক কাগজ-কলম আিন িদয়া হ’ল | মানুহেবাৰ উৎসুক হ পিৰল | িক কিৰব এিতয়া গ কােৰ ? িক িলিখব এিতয়া গ কােৰ ? আধাঘ ামান সময় গ কাৰ নীৰৱ হ থািকল | তাৰিপছত হঠােত কলমেটা তুিল ল িলিখবৈল ধিৰেল | ায় দহিমিনটমান যাৱাৰ িপছত হঠাৎ গ কাৰ িথয় হ’ল আ মানুহেবাৰৈল এিখলা কাগজ আগবঢ়াই িদেল | মানুহেবাৰৰ মাজত হতা-ওপৰা লািগল | এেন মূ েত হঠাৎ গ কােৰ কাৈলেকা নাচাই ঘটনা লীৰ িবপৰীত িদশৈল দৗিৰ পলাবৈল ধিৰেল আ িকছুসময় িপছেত অদৃশ হ পিৰল | মানুহেবাৰ পুনৰ িবেমাৰত পিৰল | িক হ’ল হঠাৎ গ কাৰৰ ? িকয় গ কাৰ পলাই িছ গ’ল ? সকেলােৱ ভািববৈল ধিৰেল | এেনেত এজন মানুেহ আন এজন মানুহৰপৰা গ কােৰ িলিখ িদ যাৱা কাগজখন হাতত ল জােৰ জােৰ শ কিৰ গ কাৰৰ কিবতােটা পিঢ়বৈল আৰ কিৰেল ………… কিবতােটাৰ নাম : ‘িডিঙ কটা ভড়াৰ নাও’ “এিদন সি য়াপৰত কুকুৰীকণা আ মকুৰীৰ যুঁজ অঁিৰয়া-অঁিৰ ভু ৰ িনজান নৰ ঘাটত গছপাত এিখলাও সিৰ পৰা নািছল পাৰ ভঙা নৰ পাৰত

3

চৰাইেবাৰ গিছল িমিতৰ খাবৈল মানুহেবােৰা বৃ -ৰজাৰ ঘৰত ব নাম-কী নত হািবত ঘূিৰ ফুিৰিছল পদূিল- ঙােবােৰ তেনেত জানাক ৰািত ধীেৰ ধীেৰ িনজান নৰ ঘাটত কােনাবাই চপােলিহ নাও এখন িডিঙ কটা ভড়াৰ নাও” মানুহেবাৰ পুনৰ িবপাঙত পিৰল | এসময়ত ঘটনা লীত উপি ত থকা মানুহেবােৰ বুিজেল য, ঘটনােটাৰ কৃত পেটােনা িক, সইেটা কােনও ক’ব নাৱািৰব | আচলেত িক ঘিটিছল, সয়া কৱল সইিদনা ই থকা নাৱৰীয়া কইজেনেহ জািনেলেহঁেতন ; িক দূখৰ কথা য, তওঁেলাক আটাইেকইজেনই এিতয়া মৃত | মানুহেবােৰ নীৰেৱ ঘৰাঘিৰ যাবৈল আৰ কিৰেল | িকছুসময়ৰ িপছত ঘটনা লীত এজেনা মানুহ দখা নগ’ল | নৰ তজাল ঘাটেটা এখন তজলগা তলিচ ৰ দেৰ দখা গ’ল | মানুহেবােৰ িনি তভােৱ জািনব নাৱািৰেল য আচলেত িক ঘিটিছল, কেনৈক ঘিটিছল আ িঠক কিতয়া ঘিটিছল | মানুহেবােৰ এয়াও িনি তভােৱ জািনব নাৱািৰেল য কিতয়াবা এই ৰহস ময় ঘটনােটাৰ ৰহস উদঘাটন হ’ব ন নহয় ; অথবা যিদ হেয়া, তিতয়া হ’ লও তওঁেলােক ঘটনােটাৰ কৃত পেটা জািনব পািৰব ন নাৱািৰব | সকেলা কথাই অ হ উিঠল | (পুন : ঘটনােটাৰ কবাবছৰৰ িপছত মই সই পলাই যাৱা গ কাৰজনক এবাৰ আন এটা নৰ ঘাটত লগ পাইিছেলঁা | তওঁ মাক সিব ােৰ ঘটনােটাৰ িবষেয় কিছল | সইিদনা পুৱিত িনশা নাৱৰীয়ােবাৰ নৰ ঘাটত ই আিছল | হঠাৎ তওঁেলােক দিখেল য এখন নাও আ াৰৰ মােজেৰ কােনাবাই ঘাটত চপাইেছিহ | ঘাটৰ কাষ চপাত, ল নৰ পাহৰত, তওঁেলােক দিখেল, নাওখনত এপাল ভড়া ; এপাল মু হীন, িডিঙকটা ভড়া | আচলেত তওঁেলােক এখন িডিঙ কটা ভড়াৰ নাও দিখিছল | ) লখকৰ িঠকনা : CM 07, DAA, TIFR, Colaba, Mumbai – 400005. Ph No. 098692-68106.

4

Related Documents

Gal Pa
November 2019 7
Pa Gal
December 2019 6
No Gal
June 2020 6
Gal Lo
June 2020 5
Gal-tes
December 2019 20
Gal Ogawa
October 2019 11