গ
িডিঙ কটা ভড়াৰ নাও ----- কমল কুমাৰ তঁাতী দাপালিপটা বৰষুণৰ লেগ লেগ দােকালটকা বানপানী ; সই েকাপত নদীৰ পাৰ/ মথাউৰী িছেগা-িছেগা ; ভৰসা নাই ভৰা নৰ পানীৰ | ঘাটেটা িনমাওমাও, জলম , বািলময় | এইেটা ঘাটৰ নাৱৰীয়া আিছল সাতজন | চািৰজন মিৰল সা দািয়ক সংঘষত, জন পলাল, এজন িনেখঁাজ | ঘটনােটা ঘিটিছল পুৱিত িনশা | সইৰািতৰপৰা আিজ িতিনিদন | মানুেহ কয়, সই আগৰ ঘাট আ নাই | আকাশখন গামা, ডাৱৰীয়া | কাউৰীৰ পািখৰ ঢপ-ঢপিন আ বতাহৰ সঁা- সঁাৱিনেয় সঁাৱৰাই িদেয়, পৃিথৱীখন এিতয়াও জীয়াই আেছ | মানুেহ কয়, সই আগৰ িদন আ নাই | এস াহেযাৰা ধাৰাসাৰ বৰষুণত নৰ জলপৃ বািঢ়েছ | বািল-চাপিৰেবাৰ আ নাই, তাত থকা ঘৰেবােৰা, চাপিৰৰ পথাৰত ধানৰ এডাল সঁেচা নাই | মানুেহ কয়, সই আগৰ পথাৰ আ নাই | বৰষুণ আৰ হাৱাৰ চািৰিদনৰ িপছেত পুৱিতিনশা সই ঘটনা; মাজৰািতৈল চি শটা ঘৰ িলল, ভৰঁালেবােৰা | পাৰা মঙহ আ িল যাৱা ধানৰ গা ত উশাহ ল’ব নাৱািৰ কইবাটাও মানুহৰ তজহাগিন আ বিম হ’বৈল ধিৰিছল | মানুহেবােৰ এইকথা ভািব উিলয়াব পৰা নািছল য কৃিতেয় মানুহৰ ওপৰত িতেশাধ লেছ ন মানুেহ কৃিতৰ ওপৰত ! থমেত মানুহেবােৰ ঘটনােটাৰ উৱািদহ পাৱা নািছল আ যিতয়াৈল মানুেহ গম পাইিছল, আচলেত ঘটনােটা িক, তিতয়াৈল সকেলা শষ হ গিছল | এজাক মানুহ ভয়ত িবতত হ ইফালৰপৰা িসফালৈল দৗিৰবৈল আৰ কিৰিছল, আন এজাক মানুেহ আতংকত িচঞিৰবৈল ধিৰিছল, স স ল’ৰা- ছাৱালীেবােৰ ভয়ত িববুিধ হ িচঞৰ-বাখৰ কিৰ দৗিৰ ফুিৰবৈল ধিৰিছল | এক ভয়ানক আতংকত যন মানুহেবাৰ মুক হ পিৰিছল | কঁচা তজৰ গা ই মতলীয়া কিৰিছল আন এজাক মানুহক | মানুহেবােৰ নাওেবাৰ নৰ পাৰৈল চপাই আিনিছল | নৰ ঘাটেটা মাৎ পিৰণত হিছল কঁচা তজৰ ঘাটৈল | কঁচা, গৰম তজেবাৰ মািট আ ঘঁাহেবাৰত িবয়িপ পিৰিছল; তেজেৰ সেমকা মািটত মানুহেবােৰ খাজ পলাই অনুভৱ কিৰিছল জীয়াই থকাৰ আ নথকাৰ য ণা | বতাহত যিতয়া কৱল তজৰ গা ওপিঙ থােক, মানুহ িবেমাৰত পেৰ, িক কৰা উিচত বা | ইজেন
1
িসজনক সােধ, এই ঘটনােবাৰৰ অথ িক অথবা এেন সময়ত িক কৰা উিচত | িবপাঙত পৰা মানুহেবােৰ তওঁেলাকৰ দলৰ নতাসকলৰ মুখৈল চায় | িবেমাৰত পৰা নতাসকেল এসময়ত িঠক কেৰ, িক কিৰেল তওঁেলাকৰ আ তওঁেলাকৰ দলৰ জনি য়তা অ ু থািকব | িক বতাহত যিতয়া মানুহৰ তজৰ গা িবয়িপ পেৰ, তিতয়া মানুেহ িক কেৰ ? ভয়ত ইজেন িসজনৰ মুখৈল চায়, আতংকত দৗিৰবৈল আৰ কেৰ, এক ভয়ানক আতংকত যন মানুহেবাৰ মুক হ পেৰ | মৰণৰ ভয়, মৃতু ৰ আতংকত মানুহ মৃত ায় হ উেঠ | কােনা মানুেহই মৃতু ক ভয় নকৰাৈক থািকব নাৱােৰ ; মৃতু ৰ স ুখত মানুহ অসহায় | সেয় বৰষুণৰ মাজেত এসময়ত ভয়াতুৰ মানুহেবােৰ, আচলেত ঘটনােটা িক হিছল, সয়া জািনবৈল নৰ ঘাট পােলিহ | িবেমাৰ, অসহায়, ভয়াতুৰ মানুহেবােৰ ইজেন িসজনৰ সেত কথা পািতবৈল আৰ কিৰেল, জািনবৈল চ া কিৰেল, কৃতেত ঘটনােটা িক | ই এজেন তওঁেলাকৰ িনজা িনজা ভাষােৰ ঘটনােটা বণনা কিৰবৈল ধিৰেল, যিদও সকেলােৱ জািনিছল য এই বণ নােবাৰ স ূণ নহয় | গিতেক ঘটনােটাৰ পুন: পুন: বণ না হ’বৈল ধিৰেল, েত কেটা বণ নাৰ লেগ লেগ ঘটনােটা যথাস ৱ সলিন হ’বৈল ধিৰেল আ সময়ৰ লেগ লেগ ঘটনােটাৰ কৃত প কানেটা, সয়া লও তক হ’বৈল ধিৰেল | নৰ পাৰত গাটেখাৱা মানুহেবাৰ িবেমাৰত পিৰল | িক কৰা যায় এিতয়া ? ঘটনােটা আচলেত িক বা ? কােন ক’ব পােৰ আচলেত ঘটনােটা িক ? এইকথা ভািব ভািব মানুহেবাৰ িবপাঙত পিৰল | িক কৰা যায় এিতয়া ? ঘটনােটা আচলেত িক বা ? কােন ক’ব পােৰ আচলেত ঘটনােটা িক ? এসময়ত িবপাঙত পৰা মানুহেবােৰ িথৰাং কিৰেল য, এজন গ কাৰেক মািত অনা হওক | তেৱঁই কওক আচলেত ঘটনােটা িক ; কেনৈক ঘটনােটা ঘিটিছল বা ঘটােটা স ৱপৰ | গ কাৰ ই আিছল | গ কােৰ জােন য ই থকা গ কােৰ হঁাহ ধিৰব নাৱািৰেলও, গ ৰ িবষেয় সেপান দিখব পােৰ আ সই সেপানেবাৰেক গ ৰ পত িলিখ পাঠকৰপৰা শংসা আদায় কিৰব পােৰ | গিতেক গ কােৰ বিছ িচ া নকিৰেল আ সানকােলই ঘটনা লী পােলিহ | গ কাৰক কাৱা হ’ল য তওঁ িকছুসময় ভবা-িচ া কৰক, িবে ষণ কৰক, তাৰিপছত কওক, আচলেত ঘটনােটা িক | গ কােৰও ভবা-িচ া কিৰবৈল আৰ কিৰ িদেল | মানুহেবাৰৰ সেত ঘটনােটা স কত পুংখানুপুংখ আেলাচনাও কিৰেল ; ঘটনােটাৰ িবষেয় উপি ত মানুহেবাৰৰ সকেলােবাৰ বণনাও িনেল | এসময়ত সকেলা নীৰৱ হ পিৰল | মানুহেবােৰ ইজেন িসজনৰ মুখৈল চাবৈল ধিৰেল | গ কােৰও মুক দৃি েৰ মানুহেবাৰৰ িপেন চাবৈল ধিৰেল | মানুহেবাৰ এসময়ত িবৰ হ’বৈল 2
ধিৰেল আ ইফােল িসফােল ঘূিৰ ফুিৰবৈল আৰ কিৰেল | গ কােৰ ভািবেল, িক কৰা যায় এিতয়া ? এসময়ত গ কােৰ কিবতাও িলিখিছল | িক যাৱা ব বছৰ ধিৰ তওঁ কিবতা িলখা নাই বা িলিখব পৰা নাই | তওঁ মােজ মােজ ভােব, তওঁৰ সৃজনী- মতা এেকবােৰ নােহাৱা হ গ’ল নিক বা ? িনজৰ ওপৰেত তওঁৰ পুেতৗ ওপেজ | তওঁৰ প ীেয় ােয়ই অিভেযাগ কেৰ, তওঁ কােনা কামেৰ লায়ক নহ’ল | গ কােৰ ভািবেল, িক কৰা যায় এিতয়া ? হঠাৎ তওঁৰ মনৰ িভতৰত উ ল-ঠু ল আৰ হ’ল | গ কাৰ অি ৰ হ উিঠল | গােটই ঘটনােটা সামিৰ এটা কিবতা িলিখেল কেন হয় !!! হঠােত গ কাৰ ূি ত উৎফু হ উিঠল | হয়, তওঁ পািৰব | তওঁ পািৰব এটা কিবতা িলিখব | তওঁ অনুভৱ কিৰেল, তওঁৰ সৃজনী- মতা এেকবােৰ হৰাই যাৱা নাই | তওঁ আন ত অধীৰ হ উিঠল | ইিতমেধ কিবতােটাৰ থমেটা শাৰী তওঁৰ মনৈল আিহেলই …………কাগজ ক’ত ? কলম ক’ত ? তওঁ মুেখেৰ িবৰিবৰাবৈল ধিৰেল…………কাগজ … কলম …… তৎ ণাত গ কাৰক কাগজ-কলম আিন িদয়া হ’ল | মানুহেবাৰ উৎসুক হ পিৰল | িক কিৰব এিতয়া গ কােৰ ? িক িলিখব এিতয়া গ কােৰ ? আধাঘ ামান সময় গ কাৰ নীৰৱ হ থািকল | তাৰিপছত হঠােত কলমেটা তুিল ল িলিখবৈল ধিৰেল | ায় দহিমিনটমান যাৱাৰ িপছত হঠাৎ গ কাৰ িথয় হ’ল আ মানুহেবাৰৈল এিখলা কাগজ আগবঢ়াই িদেল | মানুহেবাৰৰ মাজত হতা-ওপৰা লািগল | এেন মূ েত হঠাৎ গ কােৰ কাৈলেকা নাচাই ঘটনা লীৰ িবপৰীত িদশৈল দৗিৰ পলাবৈল ধিৰেল আ িকছুসময় িপছেত অদৃশ হ পিৰল | মানুহেবাৰ পুনৰ িবেমাৰত পিৰল | িক হ’ল হঠাৎ গ কাৰৰ ? িকয় গ কাৰ পলাই িছ গ’ল ? সকেলােৱ ভািববৈল ধিৰেল | এেনেত এজন মানুেহ আন এজন মানুহৰপৰা গ কােৰ িলিখ িদ যাৱা কাগজখন হাতত ল জােৰ জােৰ শ কিৰ গ কাৰৰ কিবতােটা পিঢ়বৈল আৰ কিৰেল ………… কিবতােটাৰ নাম : ‘িডিঙ কটা ভড়াৰ নাও’ “এিদন সি য়াপৰত কুকুৰীকণা আ মকুৰীৰ যুঁজ অঁিৰয়া-অঁিৰ ভু ৰ িনজান নৰ ঘাটত গছপাত এিখলাও সিৰ পৰা নািছল পাৰ ভঙা নৰ পাৰত
3
চৰাইেবাৰ গিছল িমিতৰ খাবৈল মানুহেবােৰা বৃ -ৰজাৰ ঘৰত ব নাম-কী নত হািবত ঘূিৰ ফুিৰিছল পদূিল- ঙােবােৰ তেনেত জানাক ৰািত ধীেৰ ধীেৰ িনজান নৰ ঘাটত কােনাবাই চপােলিহ নাও এখন িডিঙ কটা ভড়াৰ নাও” মানুহেবাৰ পুনৰ িবপাঙত পিৰল | এসময়ত ঘটনা লীত উপি ত থকা মানুহেবােৰ বুিজেল য, ঘটনােটাৰ কৃত পেটােনা িক, সইেটা কােনও ক’ব নাৱািৰব | আচলেত িক ঘিটিছল, সয়া কৱল সইিদনা ই থকা নাৱৰীয়া কইজেনেহ জািনেলেহঁেতন ; িক দূখৰ কথা য, তওঁেলাক আটাইেকইজেনই এিতয়া মৃত | মানুহেবােৰ নীৰেৱ ঘৰাঘিৰ যাবৈল আৰ কিৰেল | িকছুসময়ৰ িপছত ঘটনা লীত এজেনা মানুহ দখা নগ’ল | নৰ তজাল ঘাটেটা এখন তজলগা তলিচ ৰ দেৰ দখা গ’ল | মানুহেবােৰ িনি তভােৱ জািনব নাৱািৰেল য আচলেত িক ঘিটিছল, কেনৈক ঘিটিছল আ িঠক কিতয়া ঘিটিছল | মানুহেবােৰ এয়াও িনি তভােৱ জািনব নাৱািৰেল য কিতয়াবা এই ৰহস ময় ঘটনােটাৰ ৰহস উদঘাটন হ’ব ন নহয় ; অথবা যিদ হেয়া, তিতয়া হ’ লও তওঁেলােক ঘটনােটাৰ কৃত পেটা জািনব পািৰব ন নাৱািৰব | সকেলা কথাই অ হ উিঠল | (পুন : ঘটনােটাৰ কবাবছৰৰ িপছত মই সই পলাই যাৱা গ কাৰজনক এবাৰ আন এটা নৰ ঘাটত লগ পাইিছেলঁা | তওঁ মাক সিব ােৰ ঘটনােটাৰ িবষেয় কিছল | সইিদনা পুৱিত িনশা নাৱৰীয়ােবাৰ নৰ ঘাটত ই আিছল | হঠাৎ তওঁেলােক দিখেল য এখন নাও আ াৰৰ মােজেৰ কােনাবাই ঘাটত চপাইেছিহ | ঘাটৰ কাষ চপাত, ল নৰ পাহৰত, তওঁেলােক দিখেল, নাওখনত এপাল ভড়া ; এপাল মু হীন, িডিঙকটা ভড়া | আচলেত তওঁেলােক এখন িডিঙ কটা ভড়াৰ নাও দিখিছল | ) লখকৰ িঠকনা : CM 07, DAA, TIFR, Colaba, Mumbai – 400005. Ph No. 098692-68106.
4